আজি কৰোনা ভাইৰাছ এ সমগ্ৰ বিশ্বতে তোলপাৰ লগাই আছে। যিকোনো জেগাতে দুজন মানুহ লগ হলেই চর্চাৰ মুখ্য বিষয় হয়গৈ কৰোনা। সমগ্ৰ বিশ্বত ৪.৫ কোটিতকৈ অধিক মানুহক আক্ৰান্ত কৰা আৰু প্ৰায় 12 লাখ মানুহৰ প্ৰাণ হৰণ কৰা এই কৰোনা ভাইৰাছ ৰ বিষয়ে এতিয়াও গৱেষণা চলিয়েই আছে। সম্পূৰ্ণ তথ্য এতিয়াও পোহৰলৈ আহিবলৈ বাকি। অসমতো এই ভাইৰাছ বৰ বেয়াকৈ শিপাইছে। যি দেখা গৈছে চহৰতকৈ গাওঁত হে ইয়াৰ প্রকোপ বেছি হৈ আছে। আহক থোৰতে জানি লওঁ কৰোনা ভাইৰাছ কি, কেনেকৈ ই মানুহৰ মাজত বিয়পে আৰু ইয়াৰ পৰা কেনেকৈ নিজক ৰক্ষা কৰিব পাৰি। What's Corona Virus? এই লিখনিত আপুনি কি কি পঢ়িবলৈ পাব: কৰোনা ভাইৰাছ কি? কৰোনা ভাইৰাছৰ দ্বাৰা হোৱা বেমাৰৰ লক্ষণ কি? কৰোনা ভাইৰাছ কেনেকৈ বিয়পে কোভিড 19 ৰ পৰা নিজক কেনেকৈ ৰক্ষা কৰিব পাৰি কৰোনা ভাইৰাছ কি? কৰোনা হৈছে ...